Education is a commitment to excellence in Teaching and Learning.

GET READY TO LEARN

Most Important Assam Police Repeated Questions 🚓🚨

Assam Police Repeated Questions 










Q.বঢ়াৰ পো' কোন ?

উত্তৰ- মাধৱদেৱ।

Q. শংকৰদেৱে 'বঢ়াৰ পো' বুলি কোনজনা শিষ্যক সম্বোধন কৰিছিল ?

উত্তৰ- মাধৱদেৱক।

Q.মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰ- ১৪৮৯ খ্ৰীঃত।

Q. মাধৱদেৱৰ জন্মস্থান ক'ত ?

উত্তৰ- লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত।

Q.মাধৱদেৱৰ পিতৃৰ নাম কি ?

উত্তৰ- গোবিন্দগিৰি।

Qমাধৱদেৱৰ মাতৃৰ নাম কি ?

উত্তৰ- মনোৰমা।

Q.মাধৱদেৱৰ শিক্ষাগুৰু জনাৰ নাম কি ?

উত্তৰ- ৰাজেন্দ্ৰ অধ্যাপক।

Q. মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ?

উত্তৰ- ১৫৯৬ খ্ৰীঃত।

Q. মাধৱদেৱৰ মৃত্যু কোন স্থানত হৈছিল ?

উত্তৰ- কোচবিহাৰত।

Q.'ৰাজসূয় কাব্য' আৰু 'জন্মৰহস্য' কাৰ ৰচনা ?

উত্তৰ- মাধৱদেৱৰ।

Q. 'নামঘোষা' কোনে ৰচনা কৰিছিল ?

উত্তৰ- মাধৱদেৱে।

Q.মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?

উত্তৰ- 'নামঘোষা'।

Q.'নামঘোষা'ৰ আন এটা নাম কি ?

উত্তৰ- 'হেজাৰী ঘোষা'।

Q.ড০ বাণীকান্ত কাকতিয়ে 'নামঘোষা'ক কি আখ্যা দিছে?

উত্তৰ: মহাপ্রস্থানিক গীত।

Q. 'নামঘোষা'ত কিমানটা ঘোষা আছে?

উত্তৰ: এহেজাৰ।

Q.মাধৱদেৱৰ নাট কেইখনৰ নাম লিখা।

উত্তৰ: 'অৰ্জুন ভঞ্জন', 'চোৰধৰা', 'পিম্পৰা গুচোৱা', 'ভূমি লেটোৱা' আৰু 'ভোজন বিহাৰ'।

Q. 'অৰ্জুন ভঞ্জন' নাটৰ আন এটা নাম কি? 

উত্তৰ: 'দধি মথন'।

Q.'অৰ্জুন ভঞ্জন' নাটৰ মূল কি?

উত্তৰ: ভাগৱত পুৰাণ।

Q. মাধৱদেৱৰ 'অৰ্জুন ভঞ্জন' নাটৰ বাহিৰে বাকী কেইখন নাটক কি বোলা হৈছে?

উত্তৰ: ঝুমুৰা।

Q. মাধৱদেৱৰ ঝুমুৰাসমূহৰ মূল কি?

উত্তৰ: কৃষ্ণকর্ণামৃত।

Q. 'ভূষণ হৰণ' কাৰ ৰচনা?

উত্তৰ: মাধৱদেৱৰ।

Q. মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?

উত্তৰ: ১৫৭ টা।

Q. মাধৱদেৱৰ 'তেজৰে কমলাপতি' শীর্ষক বৰগীতটি কি বিষয়ক?

উত্তৰ: জাগন বা জাগৰণ।

Q.মাধৱদেৱৰ একমাত্ৰ কাব্যখনৰ নাম কি?

উত্তৰ: 'ৰাজসূয় কাব্য'।

Q.মাধৱদেৱৰ 'ৰাজসূয় কাব্য'খন কোন শ্ৰেণীৰ ৰচনাৰ ভিতৰত পৰে?

উত্তৰ: আখ্যানমূলক।

Q.মাধৱদেৱে কোনখন পুথি চিলাৰায়ৰ পত্নী ৰাণী ভূৱনেশ্বৰীৰ আদেশত ৰচনা কৰিছিল? 

উত্তৰ: 'ৰাজসূয় কাব্য'।

Q. 'ভক্তি ৰত্নাৱলী' আৰু 'নাম-মালিকা' কাৰ ৰচনা?

উত্তৰ: মাধৱদেৱৰ।

Q. 'আদিকাণ্ড ৰামায়ণ' কোনে ৰচনা কৰিছিল?

উত্তৰ: মাধৱদেৱে।

Q. অসমীয়া সাহিত্যত কিমানটা বৰগীত প্ৰচলিত হৈ আছে? নাইবা, অসমত মহাপুৰুষ দুগৰাকীৰ নামত প্ৰচলিত বৰগীত কেইটা?

উত্তৰ: ১৯১ টা।

Q. অসমৰ বৈষ্ণৱ ধৰ্মৰ 'চাৰিপুথি'ৰ ভিতৰত কোন কেইখন গ্রন্থক সামৰা হয়?

উত্তৰ: শংকৰদেৱৰ 'কীর্তন' আৰু 'দশম' আৰু মাধৱদেৱৰ 'নামঘোষা' আৰু 'ভক্তি-ৰত্নাৱলী'।

No comments:

Uttam Bora

Powered by Blogger.