Education is a commitment to excellence in Teaching and Learning.

GET READY TO LEARN

Important 100 টা প্ৰশ্নোত্তৰ

100 টা প্ৰশ্নোত্তৰ






১) প্ৰশ্ন : কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশী বস্তু বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল?

উত্তৰ : ১৯০৫ চনৰ বংগ বিভাজন।

২) প্ৰশ্ন : ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূ-খণ্ডৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?

উত্তৰ : ৱাৰেণ হেষ্টিংছ।

৩) প্ৰশ্ন : ৰবাৰ্ট ক্লাইভ কেতিয়া বংগৰ গৱৰ্ণৰ হৈছিল?

উত্তৰ : ১৭৬৪ খ্ৰীষ্টাব্দত।

৪) প্ৰশ্ন : টিপু চুলতান কোন আছিল

উত্তৰ : তেওঁ মহিশূৰৰ চুলতান আছিল।

৫) প্ৰশ্ন : ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?

উত্তৰ : জে বি কৃপালিনী।

৬) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচপে আনুষ্ঠানিক্ভাৱে ঘোষণা কৰিছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৭) প্ৰশ্ন : অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল?

উত্তৰ : বাহাদূৰ শ্বাহ জাফৰ।

৮) প্ৰশ্ন : ১৮৫৭ চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰা হৈছিল?

উত্তৰ : নানা চাহেব।

৯) প্ৰশ্ন : কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল?

উত্তৰ : উমেশ চন্দ্ৰ বেনাৰ্জী।

১০) প্ৰশ্ন : বৃটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল?

উত্তৰ : ১৮৭৭ খ্ৰীষ্টাব্দত।

১১) প্ৰশ্ন : ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰদান কৰিছিল।ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

উত্তৰ : লৰ্ড কেনিং।

১২) প্ৰশ্ন : উত্তৰ-পশ্চিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে ১৯০৫ চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন কোন আছিল?

উত্তৰ : লৰ্ড কাৰ্জন।

১৩) প্ৰশ্ন : ‘সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী’ হিচাপে কাক জনা যায়?

উত্তৰ : লৰ্ড চাৰ্লছ মেটকাফে।

১৪) অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন?
উ÷ভোগেশ্বৰ বৰুৱা ।

১৫) ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল?
উ÷৫ ম ।

১৬) কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল?
উ÷১৯৯৯ চনত ।

১৭) অসমৰ পৰা কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল?
উ÷হৰিশংকৰ ব্ৰক্ষ্ম ।

১৮) অসমৰ কাক Lion Man of Assam বুলি জনা যায়?
উ÷ৰাধা গোবিন্দ বৰুৱা ।

১৯)সৰ্বানন্দ সোণোৱাল অসমৰ কিমান তম মুখ্যমন্ত্ৰী?
উ÷১৪ তম ।

২০) চৈয়দ আব্দুল মালিকে ১৯৭২ চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ÷অঘৰী আত্মাৰ কাহিনী ।

২১) অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়?
উ÷ৰুদ্ৰ বৰুৱা ।

২২)২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উ÷জয়ন্ত মাধৱ বৰা ।

২৩) চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠা কোন?
উ÷বীৰ পাল ।

২৪) কিমান চনত Assam Association গঠন হৈছিল?
উ÷১৯০৩ চনত ।

২৫) Assam Association ৰ প্ৰথম সভাপতি কোন আছিল?
উ÷ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ।

২৬) এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কোনটো?
উ÷ডিগবৈ ।

২৭) ডিগবৈ তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল?
উ÷১৯০১ চনত ।

২৮) ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত?
উ÷ তিনিচুকীয়া জিলাত ।

২৯) অসমৰ কোনখন চহৰক তৈলনগৰী হিচাপে জনা যায়?
উ÷ডিগবৈ ।

৩০) অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উ÷আনোৱাৰা টাইমূৰ ।

৩১) অসমৰ জাতীয় পক্ষী কি?
উ÷দেও হাহঁ ।

৩২) অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
উ÷ভট্টদেৱ ।

৩৩) ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?
উ÷বৈকুন্ঠ নাথ ভাগৱত ভট্টাচাৰ্য ।

৩৪) অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত?
উ÷গোৱালপাৰা জিলা ।

৩৫) অসমৰ আটাইতকৈ ওখ পৰ্বতমালা কি?
উ÷বৰাইল পৰ্বত ।

৩৬) অসমত মুঠ কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে?
উ÷ ২ খন ।

৩৭) অসমীয়া সাহিত্যত কাক ভাঙনি কোৱঁৰ হিচাপে জনা যায়?
উ÷আনন্দ চন্দ্ৰ আগৰৱালা ।

৩৮) অসমীয়া সাহিত্যিত কাক উপন্যাস সম্ৰাট বুলি জনা যায়?
উ÷ৰজনীকান্ত বৰদলৈ ।

৩৯) অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়?
উ÷ৰঘুনাথ চৌধাৰী ।

৪০) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?
উ÷মোৰ জীৱন সোৱঁৰণ ।

৪১) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?
উ÷কদমকলি ।

৪২) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?
উ÷পদুম কুৱঁৰী ।

৪৩) অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল?
উ÷শৰৎ চন্দ্ৰ গোস্বামী ।

৪৪)চাহৰ বৈজ্ঞানিক নাম কি?
উ÷কেমেলিয়া চিনেচিছ ।

৪৫) উত্তৰ-পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত?
উ÷যোৰহাট জিলাৰ টুকলাইত অৱস্থিত ।

৪৬)ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?
উ÷১৯৮১ চনত ।

৪৭) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?
উ÷৪৩০ বৰ্গ কিঃমিঃ।

৪৮) অসমৰ ৰাজ্যিক ফুল কি?
উ÷কপৌ ফুল ।

৪৯) উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উ÷মালিগাৱঁত অৱস্থিত ।

৫০) উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমূখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়?
উ÷গুৱাহাটী ।

৫১) অসমৰ প্ৰথম বিমান চালক জনৰ নাম কি?
উ÷মহানন্দ দাস ।

৫২) দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল?
উ÷শ্বিলং ।

৫৩) পৃথিৱীৰ ক্ষুদ্ৰতম নদী-দ্বীপটোৰ নাম কি?
উ÷উমানন্দ ।

৫৪)'অসমীয়া মহিলাই কাপোৰত সপোন ৰচে' বুলি কোনে কৈছিল?
উ÷মহাত্মা গান্ধী ।

৫৫) অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?
উ÷দেৰগাওঁ ।

৫৬) কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল?
উ÷বড়ো ।

৫৭) অসমৰ ক'ত দিয়াচলাইৰ কাৰখানা আছে?
উ÷ধুবুৰী ।

৫৮) কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল?
উ÷১৯০১ চনত ।

৫৯) অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে?
উ÷নামৰূপ ।

৬০) অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় খন ক'ত অৱস্থিত?
উ÷তেজপুৰ ।

৬১) অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে?
উ÷শিলঘাট ।

৬২)'নটসূৰ্য' বুলি কাক জনা যায়?
উ÷ফণী শৰ্মা ।

৬৩) প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
উ÷ভানুমতী

৬৪) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল ?
উ- কৃষ্ণকান্ত সন্দিকৈ।

৬৫) নটসূৰ্য বুলি কাক কোৱা হয়?
উ - ফণী শৰ্মা

৬৬) কদমকলি কবিতা পুথিখন কাৰ ৰচনা ?
উ - লক্ষ্মীনাথ বেজবৰুৱা

৬৭) 'মোৰ জীৱন সোৱৰণ ' কাৰ আত্মজীৱনী ?
উ - লক্ষ্মীনাথ বেজবৰুৱা

৬৮) ৰাজ্য সভাৰ প্ৰথম সভাপতি কোন আছিল ?
উ - ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

৬৯) ভূপেন হাজৰিকাক কোনে " সুধা কণ্ঠ" উপাধি প্ৰদান কৰিছিল ?
উ - আনন্দ চন্দ্ৰ বৰুৱা

৭০) ২০২০চনত শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা কোনে লাভ কৰিছিল ?
উ - ভৱপ্ৰসাদ চলিহা

৭১) "এন আইডিয়ে লিষ্ট ভিউ অব লাইফ" গ্ৰন্থ খন কাৰ ?
উ - ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ

৭২) ভূপেন হাজৰিকাদেৱে কেতিয়া দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল ?
উ - ১৯৯২

৭৩) জাতীয় পতাকা খন কেতিয়া গ্ৰহণ কৰা হৈছিল ?
উ - ১৯৪৭ চনৰ ২০জুলাই

৭৪) অসমৰ ভিতৰত দীৰ্ঘতম ৰেলপথৰ সুৰঙ্গ ক'ত আছে ?
উ - মাহৰ

৭৫) অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি ?
উ - কৰ্কট ক্ৰান্তী়

৭৬) মহাত্মা গান্ধীয়ে কাক " দেশ প্ৰেমিকৰ দেশ প্ৰেমিক" বুলি আখ্যা দিছিল ?
উ - সুভাষ চন্দ্ৰ বসু

৭৭) অসমৰ কোনখন জিলাক কাৰ্বন মুক্ত বুলি ঘোষণা কৰা হৈছে ?
উ - মাজুলী

৭৮) স্বাধীনতাৰ পিছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ?
উ - দেৱেশ্বৰ শৰ্মা

৭৯) কেতিয়া অম্বিকাগিৰী ৰায়চৌধুৰীয়ে স্বদেশী আন্দোলনত যোগদান কৰিছিল?
উ - ১৯০৪

৮০) প্ৰথম অসমীয়া সামাজিক চলচ্চিত্ৰ খন কি ?
উ - ইন্দ্ৰমালতী

৮১) অসমৰ প্ৰথমটো ফিল্ম ষ্টডিঅ "জ্যোতি চিত্ৰবন" কেতিয়া মুকলি কৰা হৈছিল?
উ - ১৯৬৮ চনৰ ১৭ জানুৱাৰী

৮২) গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া স্থাপন হৈছিল ?
উ - ১৯৭০

৮৩) ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল ?
উ - ১৯৬৬ চনত ।

৮৪) বিখ্যাত লেখক আৰ্ণেষ্ট হেমিংৱে কোনখন কিতাপৰ বাবে নবেল বঁটা লাভ কৰিছিল?

উত্তৰ : The Old Man and the Sea.

৮৫) শ্বেক্সপীয়েৰে মুঠতে কিমানখন নাট লিখিছিল?

উত্তৰ : ৩৭ খন।

 ৮৬) ‘ইংৰাজী কবিতাৰ জনক’ বুলি কাক কোৱা হয়?

উত্তৰ : জিওফ্ৰি চচাৰক।

৮৭) “মোৰ মায়েই মোৰ সমস্ত অনুপ্ৰেৰণাৰ উৎস”- ভাৰতত জন্ম গ্ৰহণ কৰা কিৰণ দেশায়ে ২০০৬ চনৰ “বুকাৰ বঁটা” লাভ কৰি উৎফুল্লিত হৈ এইদৰে মন্তব্য কৰিছিল। কোনখন উপন্যাসৰ বাবে তেওঁ ‘বুকাৰ বঁটা’ লাভ কৰিছে?

উত্তৰ : দাঁ ইনহেৰিটেন্স অৱ লছ’ (The Inheritance of Loss)

৮৮) কোনজন লেখকক এছিয়াৰ ‘হোমাৰ’ বোলা হয়?

উত্তৰ : ফিৰদৌছি।

৮৯) “Dr. Jekyll and Mr. Hyde” কোনে লিখিছে?

উত্তৰ : ৰৰ্বাট লুইছ ষ্টিভেনছনে।

৯০) ‘Glimpses of world History’ কোনে লিখিছে?

উত্তৰ : জৱাহৰলাল নেহৰু।

৯১) বিখ্যাত ফৰাচী লেখক ভল্টেয়াৰৰ প্ৰকৃতত নাম কি?

উত্তৰ : ফ্ৰাচোঁৱা মেৰী অৰুৱে।

৯২) ইংলেণ্ডৰ কোনগৰাকী প্ৰধানন্মন্ত্ৰীয়ে কি গ্ৰন্থ ৰচনাৰ বাবে কিমান চনত সাহিত্য নোবেল বঁটা পাইছিল?

উত্তৰ : চাৰ উইনষ্টন লিওনাৰ্ড চাৰ্চিলে ; তেওঁৰ ছটা খণ্ডত লিখা ‘দ্য চেকেণ্ড ৱৰ্লড ৱাৰ’ নামৰ গ্ৰন্থখনৰ বাবে, ১৯৫৩ চনত।

৯৩) Croward’s die many a time before death – এই বিখ্যাত উক্তিটোৰ লিখক কোন?

উত্তৰ : শ্বেক্সপীয়েৰ।

৯৪) গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত?.

উত্তৰ:- কাৰ্বি আংলং, গোলাঘাট ।

৯৫) ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কন্ঠশিল্পী কোন?.

উত্তৰ:- তৰালী শৰ্মা

৯৬) শ্ৰীমন্ত শঙ্কৰদেৱে ৰচনা কৰা কীৰ্তন কোন পুথিৰ সাৰাংশ?.

উত্তৰ:- ভাগৱত

৯৭) ৰামধেনুৰ প্ৰথম সম্পাদক কোন?.

উত্তৰ:- ইন্দ্ৰকমল বেজবৰুৱা

৯৮) মোগলে কোন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল?

উত্তৰ:- গদাধৰ সিংহৰ দিনত

৯৯) অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা

১০০)অসমীয়া গদ্যজনক বুলি কাক জনা যায়?.

উত্তৰ:- ভট্টদেৱ

No comments:

Uttam Bora

Powered by Blogger.